দেশৰ ৭৪ সংখ্যক গণতন্ত্ৰ দিৱস উপলক্ষে

দেশৰ ৭৪ সংখ্যক গণতন্ত্ৰ দিৱস উপলক্ষে আজি লখিমপুৰ জিলাৰ নাৰায়ণপুৰস্থিত দেউৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্য্যালয়ত আয়োজিত ‘গণতন্ত্র দিৱস’ৰ অনুষ্ঠানত পৰিষদৰ মাননীয়া অধ্যক্ষা শ্ৰীমতী অমৃতপ্রভা দেউৰী ডাঙৰীয়ানীয়ে পতাকা উত্তোলন কৰে ।

Loading