দেউৰী স্বায়ত্তশাসিত পৰিষদৰ অসামৰিক সেৱা (UPSC/APSC) আকাংক্ষীৰ বৃত্তি আঁচনি , ২০২৩-২০২৪
দেউৰী স্বায়ত্তশাসিত পৰিষদৰ অসামৰিক সেৱা (UPSC/APSC) আকাংক্ষীৰ বৃত্তি আঁচনি , ২০২৩-২০২৪ ৰ বাবে আজি ধেমাজি বালিকা মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা বাচনি পৰীক্ষাত অৱতীৰ্ণ হোৱা সমূহ পৰীক্ষাৰ্থীলৈ আন্তৰিক শুভেচ্ছা জনালোঁ ।