DeoriAutonomousCouncil(DAC)

Loading

দেউৰী সাহিত্য সভাৰ ভৱন

দেউৰী সাহিত্য সভাৰ ভৱন

অসম চৰকাৰৰ মাননীয় কেবিনেট মন্ত্ৰী ডাঃ ৰণোজ পেগু ডাঙৰীয়াই অসম চৰকাৰৰ অনিৰ্ধাৰিত পুঁজি আৰু দেউৰী স্বায়ত্তশাসিত পৰিষদৰ পুঁজিৰে লখিমপুৰ জিলাৰ নাৰায়ণপুৰত নিৰ্মাণ কৰা দেউৰী সাহিত্য সভাৰ ভৱনটি দেউৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য শ্ৰী ভৈৰৱ দেউৰী ডাঙৰীয়া, দেউৰী সাহিত্য সভাৰ সভাপতি শ্রীষড়ানন দেউৰী ডাঙৰীয়া আৰু সন্মানীয় দেউৰী পূজাৰী সকলৰ উপস্থিতিত শুভ উদ্বোধন কৰে |

Leave a Reply